Raj Singh

লতা মাংগেশকাৰ। যাৰ কণ্ঠত আছিল যাদু। যি কণ্ঠই সকলোকে কৰি তুলিছিল আপ্লুত। যি কণ্ঠত সকলোৱে বিচাৰি পাইছিল আৱেগ। সেই লতাজী, যি লতাজীৰ গান শুনি বহুতেই পাৰ কৰিছিল জীৱনৰ সোণসেৰীয়া দিন-সেই লতাজী আৰু নাই। ৯২ বছৰ বয়সত ৬ জানুৱাৰীৰ দিনা পুৱা মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লতা মাংগেশকাৰে।