Drugs Sezied

ধুবুৰীৰ গৌৰীপুৰত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷

গৌৰীপুৰৰ মলাতীখামাৰত আৰক্ষীয়ে চলালে এই অভিযান ৷

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰা হয় দুজনক।

আটকাধীন যুৱক দুজন মলাতিখামাৰ গাওঁৰ ছানিদুল ৰহমান আৰু জৰীপ উদ্দীন শেখ বুলি জানিব পৰা গৈছে ৷

ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোটে আটক কৰে যুৱকদ্বয়ক ৷

লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰোইনো জব্দ কৰিবলৈ সক্ষম হয় ৷

সম্প্ৰতি দুয়োকে গৌৰীপুৰ আৰক্ষীয়ে জেৰা চলাই আছে ৷