Daily News

মানুহ এজনে দিনটোত কিমান কথা ক'ব লাগে?

এক গৱেষণা অনুসৰি এজন ব্যক্তিয়ে শৰীৰৰ সন্তুলন ৰক্ষাৰ বাবে প্ৰতিদিনে ১৬০০ শব্দতকৈ বেছি শব্দ কব নালাগে।

উল্লেখ্য যে, এজন চিকিৎসকে যদি গড় হিচাবে ৫০ জনকৈ ৰোগী চায় তেতিয়াহলে প্ৰতিজন ৰোগীক অসুবিধা সমুহ শুধাৰ ওপৰি ভালকৈ চাই চিটি ঔষধ লিখি কি কৰিব লাগিব কি কৰিব নালাগে ইত্যাদি বুজাই দিবলৈ কমচে- কম ৫০টা মান শব্দ কব লগা হয়।