Plane Ceash

এটা অভিশপ্ত দিন। ২০২১ চনৰ ৮ ডিচেম্বৰত দেশবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল দেশৰ প্ৰথমগৰাকী CDS বিপিন ৰাৱট।

দুৰ্ঘটনাত পতিত হোৱা CDS গৰাকীৰ Mi 17 হেলিকপ্টাৰত আছিল তেখেতৰ পত্নী আৰু কেইবাজনো সেনা বিষয়া। এই দুৰ্ঘটনাৰ পিছতে সমগ্ৰ দেশতে হাহাকাৰ লাগিছিল। বহুতেই এই দুৰ্ঘটনাক শত্ৰুৰ ষড়যন্ত্ৰ বুলি ভাবিছিল যদিও অৱশেষত পোহৰলৈ আহিছে দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত তথ্য।