তামিলনাডুৰ কুন্নুৰৰ ঘনঘোৰ অৰণ্যত কিদৰে দুৰ্ঘটনাত পতিত হৈছিল CDS বিপিন ৰাৱটৰ বিমান?

Bad weather caused India's top commander's chopper crash

এটা অভিশপ্ত দিন। ২০২১ চনৰ ৮ ডিচেম্বৰত দেশবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল দেশৰ প্ৰথমগৰাকী CDS বিপিন ৰাৱট।

দুৰ্ঘটনাত পতিত হোৱা CDS গৰাকীৰ Mi 17 হেলিকপ্টাৰত আছিল তেখেতৰ পত্নী আৰু কেইবাজনো সেনা বিষয়া। এই দুৰ্ঘটনাৰ পিছতে সমগ্ৰ দেশতে হাহাকাৰ লাগিছিল। বহুতেই এই দুৰ্ঘটনাক শত্ৰুৰ ষড়যন্ত্ৰ বুলি ভাবিছিল যদিও অৱশেষত পোহৰলৈ আহিছে দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত তথ্য।

দৰাচলতে জলবায়ুৰ পৰিৱৰ্তনৰ বাবেই সংঘটিত হৈছিল সেই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাটো। অঞ্চলটোত ডাৱৰ থকাৰ বাবেই পাইলটজনৰ স্থানিক বিভ্ৰান্তি হয়। বিমানখন পাইলটৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকোতেই ডাৱৰে অগা-ভেটা কৰাত হেলিকপ্টাৰখনে পাহাৰীয়া এলেকাত খু্ন্দিওৱাৰ ফলত অগ্নিসংযোগ হয় CDS বিপিন ৰাৱটৰ Mi 17 হেলিকপ্টাৰখনত।

Category
Profile picture for user UB Photos