Assam Tea

এবছৰত গুৱাহাটীত নিলাম ২৩০০ কোটি টকাৰ অসম চাহ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত নিলাম ১১৫ নিযুত কিলো চাহ। গুৱাহাটী চাহ নিলাম ক্ৰেতা সংস্থাৰ তথ্য প্ৰকাশ। ২০২৩-২৪ত বিত্তীয় বৰ্ষৰ এই তথ্য প্ৰকাশ কৰিলে গুৱাহাটী চাহ নিলাম ক্ৰেতা সংস্থাই।

প্ৰতি কিলো চাহত গড় মূল্য ১৯৮.৫১ টকা লাভ। GOLDEN NEEDLE নামৰ বিশেষ চাহৰ নিলাম অভিলেখ মূল্যত। ৬১ হাজাৰ টকা প্ৰতি কিলোত নিলাম GOLDEN NEEDLE। বিগত বৰ্ষত গুৱাহাটীত নিলাম হৈছিল ১১৪.৫ নিযুত অসম চাহ। গড় মূল্য লাভ কৰিছিল প্ৰতি কিলোত ২০১.১৪ টকা।