Konkona Sen Sharma Birthday Special

এগৰাকী সফল অভিনেত্ৰী তেওঁ, নিজৰ অভিনয়ৰ জৰিয়তে সকলোৰে মন মোহিবলৈ সক্ষম অভিনেত্ৰী কংকনা সেন শৰ্মাৰ আজি জন্মদিন।

আজি ৪২বছৰ বয়সত ভৰি দিলে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ সাফল্য় বহুতেই দেখিছে কিন্তু এই সাফল্য়ৰ আৰৰ কাহিনীৰ বিষয়ে বহুলোক জ্ঞাত নহয়।

জন্মচহৰ কলকাতাৰ সীমা অতিক্ৰম কৰি মায়ানগৰীত নিজৰ পৰিচয় সদম্ভে তুলি ধৰা অভিনেত্ৰীগৰাকীৰ নাম কংকনা সেন শৰ্মা। 

konkona