Sonitpur police

অসম আৰক্ষীৰ সফলতাত, শোনিতপুৰ জিলাৰ তুষাৰপুৰত শুকুৰবাৰে এক অভিযানত এক কিলোতকৈও অধিক নকল সোণ জব্দ কৰে।

তাত আৰক্ষীয়ে শেহতীয়াকৈ ভুৱা সোণ বিক্ৰেতাৰ ৰেকেটৰ বিৰুদ্ধে অভিযান চলাই আছে।

শোণিতপুৰ আৰক্ষীয়ে কয়, "ভুৱা সোণ বিক্ৰেতাৰ ৰেকেটৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত ৰাখি আজি এছ আই ভৰ্গাব বৰবৰা, আই/চি বৰঘাট অ'পি আৰু দলৰ নেতৃত্বত শোণিতপুৰ আৰক্ষীৰ এটা দলে তেজপুৰ পিএছৰ অধীনৰ নাপাম বজাৰত আন এটা সফল অভিযান চলাই ছিল আৰু প্ৰায় ১ কিলোগ্ৰাম ৪০০ গ্ৰাম ওজনৰ চাৰিটা নকল সোণৰ বিস্কুট উদ্ধাৰ কৰিছিল।"

আৰক্ষীয়ে কুৰ্কানি গাঁৱৰ এজন কিতাব আলীকো নকল সোণৰ বিস্কুট ৰখাৰ বাবে আটক কৰিছে।