pension

ঘোষিত হ’ল ২০২২বৰ্ষৰ সাহিত্যিক পেঞ্চন। মংগলবাৰে অসম চৰকাৰে ঘোষণা প্ৰকাশ কৰে পেঞ্চন লাভ কৰা সাহিত্যিকসকলৰ তালিকা। অসমৰ মুঠ ২৩গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে এই বঁটা। বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিৰ ৯১ সংখ্যক জন্মদিন উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম চৰকাৰে প্ৰদান কৰিব এই বঁটা। ২০২২বৰ্ষৰ সাহিত্যিক পেঞ্চন লাভ কৰা ২৩গৰাকী সাহিত্যিক হৈছে, কামৰূপ মহানগৰৰ তৰুণ বৰ্মন, শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দেৱপ্ৰসাদ তালুকদাৰ, ডঃ মলয়া খাউণ্ড, ডাঃ জয়ন্ত কুমাৰ গোস্বামী, শিশিৰ সেনগুপ্তা, বাক্সাৰ আনন্দৰাম ঔৱাৰী, কাছাৰৰ অশোক কুমাৰ বাৰ্মা, হোজাইৰ ৰতীশ দাস, শ্ৰুতি কুমাৰ সিং,