Bishnupad Rai

ভালদৰে পঢ়া-শুনা কৰিবলে আজিকালি ল’ৰা-ছোৱালীয়ে বিদ্যালয়ৰ শিক্ষাৰ উপৰিও অভিজ্ঞ শিক্ষকৰ ওচৰত টিউচন গ্ৰহণ কৰে ৷

কিন্তু টিউচনৰ নামত একাংশ শিক্ষকে কৰে কিছুমান কলংকিত কাম ৷


এতিয়াও চাগে সকলোৰে মনত আছে অংক ছাৰৰ কথা। এইবাৰৰ অংকৰ ছাৰ নহয়, কাহিনীৰ মূল নায়ক শিক্ষা বিভাগৰ ছাৰৰহে ৷

পিছে শিক্ষা বিভাগৰ ছাৰে শিক্ষাদানত লগালে অথন্তৰ ৷ ছাৰে নিজৰ শিক্ষাৰ্থীক মেছেজ নকৰা হ’লে কোনেও চাগে নাজানিলেই হয় ছাৰৰ ৰঙিয়াল মনটোৰ কথা ৷