Construction

এখন ভাইৰেল ফটো। ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। জেচিবিত উঠি ৰাস্তাৰ মাজত এগৰাকী আশাকৰ্মী। 

 

নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৰ বিহুবৰৰ দৃশ্য এয়া। শিমলুগুৰি-বিহুবৰ সংযোগী ৰমণী আলি পথৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ সুচল ব্যৱস্থা নথকাত এগৰাকী আশা কৰ্মীয়ে এইদৰে জেচিবিৰ সন্মুখভাগত উঠি নিজৰ কৰ্মস্থলীলৈ গৈ দায়িত্ব পালন কৰিছে।