Ayesha Mukherjee

ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱান আৰু আয়েশা মুখাৰ্জীৰ বিবাহৰ আঠ বছৰৰ পিছত বিবাহ বিচ্ছেদ।

আয়েশা মুখাৰ্জীয়ে মঙলবাৰে এটা ইনষ্টাগ্ৰাম পোষ্টত কয় যে তেওঁ এতিয়া দুবাৰ বিবাহ বিচ্ছেদহোৱা ব্যক্তি।