লঠঙা শিমলুত আবেশ সানি ৰৈ থকা শুভ্ৰ তুলাবোৰে বহাগৰ বাউলী বতাহত মেলিলে যেন পাখি।
ঢোলৰ চাপৰত পখিলা উৰাদি উৰা নাচনীজনীৰ দৰেই যেন উৰিছে শিমলু তুলাৰ পাখিলাহী কুঁহ।
আজি বোকাখাতৰ চৌদিশে শুভ্ৰ শিমলু তুলাৰ আভৰণে সৃষ্টি কৰিলে প্ৰকৃতিৰ নান্দনিক দৃশ্য।
- Read more about ব'হাগৰ বাউলী বতাহে ধূসৰ কৰিলে বোকাখাতৰ আকাশ
- Log in to post comments