UB Photos April 18 / 2025 লঠঙা শিমলুত আবেশ সানি ৰৈ থকা শুভ্ৰ তুলাবোৰে বহাগৰ বাউলী বতাহত মেলিলে যেন পাখি। ঢোলৰ চাপৰত পখিলা উৰাদি উৰা নাচনীজনীৰ দৰেই যেন উৰিছে শিমলু তুলাৰ পাখিলাহী কুঁহ। আজি বোকাখাতৰ চৌদিশে শুভ্ৰ শিমলু তুলাৰ আভৰণে সৃষ্টি কৰিলে প্ৰকৃতিৰ নান্দনিক দৃশ্য। Category News Tags UB Photos UBNews Khimolu Assam News Log in to post comments