Science Award

ৰাজ্য চৰকাৰৰ ৰাজ্যিক বিজ্ঞান বঁটা ঘোষণা
বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু বিভাগে আগবঢ়াইছে এই বঁটা
ডঃ গৌতম বৰুৱালৈ ২০২৪ৰ জীৱনজোৰা কৃতিত্বৰ বঁটা
বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এই বঁটা
ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক বৰুৱা
ডঃ দিলীপ কুমাৰ চৌধুৰীলৈ ২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞান বঁটা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ চৌধুৰী
ডঃ তন্ময় দত্তলৈ ২০২৪ বৰ্ষৰ যুৱ বিজ্ঞানী উদ্ভাৱক বঁটা
ডঃ দত্ত IIT গুৱাহাটীৰ সহকাৰী অধ্যাপক
ডঃ অংশুমান বৰগোহাঁইক ২০২৫ বৰ্ষৰ যুৱ বিজ্ঞানী উদ্ভাৱক বঁটা