ফাইনেলত দঃ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে
একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল ভাৰতৰ
প্ৰথমে বেট ধৰি দঃ আফ্ৰিকাই দিছিল ৮৩ ৰানৰ টাৰ্গেট
১১ অভাৰতে ভাৰতে অতিক্ৰম কৰে নিৰ্ধাৰিত টাৰ্গেট
মালেয়ছিয়াৰ কৌলালামপুৰত অনুষ্ঠিত হৈছিল চূড়ান্ত খেল!
- Read more about ১৯ অনুৰ্ধৰ মহিলা বিশ্বকাপত ভাৰতৰ জয়....
- Log in to post comments