প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগল আৰু নাই
মুম্বাইৰ লীলাৱতী হাস্পতালত মৃত্যু শ্যাম বেনেগলৰ
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকী
মৃত্যুৰ সময়ত বয়স আছিল ৯০ বছৰ
১৯৩৪ চনৰ ১৪ ডিচেম্বৰত হায়দৰাবাদত জন্ম বেনেগলৰ
১৯৯১ চনত বেনেগলে লাভ কৰিছিল পদ্মভূষণ সন্মান
২০০৫ চনত লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা
১৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল বেনেগলে
ৰাজ্যসভাৰ সাংসদো আছিল শ্যাম বেনেগল
মন্থন, জুবেইদা, অংকুৰ বেনেগলৰ বহুচৰ্চিত চলচ্চিত্ৰ
বেনেগলৰ ভূমিকা, কলযুগ বেনেগলৰ আন দুখন প্ৰখ্যাত ছবি
- Today is: