Shiv Month

 

বশিষ্ঠাশ্ৰম দেৱালয়ত পূৰ্ণগতিত বলবোমৰ প্ৰস্তুতি
গুৰু পুৰ্ণিমাত আৰম্ভ হয় এই বোলবোম
ৰাখী পূৰ্ণিমাত সমাপ্ত হ’ব বোলবোম
বশিষ্ঠাশ্ৰমত ভক্তলৈ কেইবাটাও নিয়মাৱলী 
সুৰা, গাঞ্জা, ড্ৰাগছ লৈ প্ৰৱেশ কৰিব নোৱাৰিব ভক্তই
মাৰাণাস্ত্ৰলৈ আশ্ৰমত প্ৰৱেশ কৰিব নোৱাৰিব ভক্তই
বিগত বৰ্ষত বহু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছিল কমিটিয়ে
বলবোমত শান্তি আৰু সমৃদ্ধি অটুট ৰাখিবলৈ আহ্বান  
প্ৰশাসনৰ ফালৰ পৰাও তুংগত উঠিছে প্ৰস্তুতি