PRC

উচ্চ শিক্ষাৰ চাকৰিত প্ৰয়োজন নহয় PRC
উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া
চৰকাৰৰ অনুমতি অবিহনেই দিছিল নিৰ্দেশনা
উচ্চ শিক্ষা সঞ্চালকৰ জাননীক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী
কোনো সঞ্চালকালয়ে এনে জাননী দিব নোৱাৰে
জাননী প্ৰত্যাহাৰ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ 
প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰো


উল্লেখ্য যে, এক জাননীযোগে উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়ৰ চাকৰিত PRC বাধ্যতামূলক নহয় বুলি জাৰি কৰিছিল নিৰ্দেশনা। শিক্ষা বিভাগৰ নিৰ্দেশনাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।