Pushpak

আন এক সফলতাৰে নতুন ইতিহাস ৰচিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। সফলতাৰে অৱতৰণ কৰিলে RLV-LEX3 পুষ্পকে।

ইয়াৰ লগে লগে ভাৰতীয় প্ৰতিৰক্ষা ক্ষেত্ৰখনত সূচনা হ’ল আন এক নতুন শক্তি আৰু সম্ভাৱনাৰ। মহাকাশ কেন্দ্ৰ নিৰ্মাণত বিশেষভাৱে সহায়ক হ’ব এই পুষ্পক। ইয়াৰ জৰিয়তে উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। উল্লেখ্য যে এই পুষ্পক পুনৰ ব্যৱহাৰযোগ্য।