Daily Horoscope

আজি ১২ ভাদ, বৃহস্পতি বাৰ, ইং ২৯ আগষ্ট  ২০২৪ 
সূৰ্য্যোদয় ঘ :- ৫/৪/২৩
সূৰ্য্যাস্ত ঘ :- ৫/৪৩/৫৯
ৰাশি : -  মিথুন ৰাশি।
তিথি :- কৃষ্ণা একাদশী । ৰা:ঘ:- ৩/৩৯/৯  যোৱাত কৃষ্ণা দ্বাদশী  তিথি আৰম্ভণি হ'ব।
নক্ষত্ৰ :- আৰ্দ্ৰা ,ৰা:ঘ:- ৭/৫০/৪০ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং :- হালধীয়া / ৰঙা ।
আদ্যঋতু :- কান্তা যোগ। 
মৰণৰ দোষ :-  নাই। ৰা:ঘ:- ৭/৫০/৪০ যোৱাত দ্বিপদ, ৰা:ঘ:- ৩/৩৯/৯ যোৱাত ত্ৰিপদ।
যাত্ৰা :- অগ্নি কোনত নাই। ৰা:ঘ:- ৩/৩৯/৯  যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত। ৰা:ঘ:- ৩/৩৯/৯  যোৱাত নৈঋত কোনত।