Inauguration

নদী পথেৰে উত্তৰ-পূবক শক্তিশালী কৰাৰ লক্ষ্য। আভ্যন্তৰীণ পৰিবহন খণ্ডৰ উন্নয়নৰ যুগান্তকাৰী প্ৰচেষ্টা। গুৱাহাটীৰ পাণ্ডু বন্দৰত ৩০৮ কোটি টকীয়া প্ৰকল্প মুকলি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে কেইবাটাও অভিলাষী প্ৰকল্প।

মঙলবাৰে ৪৬.৬০ কোটি টকাৰ বগীবিলত যাত্ৰী-তথা-কাৰ্গো টাৰ্মিনেল, ৬.৯১ কোটি টকাৰ সোনামুৰাৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল, ৬.৪০ কোটি টকাৰ কৰিমগঞ্জৰ–বদৰপুৰ উন্নীত টাৰ্মিনেল উদ্বোধন।