ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদ-বদল! কেইবাগৰাকীও IAS, IPS, ACS বিষয়াক ৰদ-বদল

Assam

ৰাজ্যৰ প্ৰশাসনিক বিভাগত হল ব্যাপক ৰদ-বদল! কেইবাগৰাকীও IAS, IPS, ACS বিষয়াক কৰা হল ৰদ-বদলIPS শিলাদিত্য চেতিয়া হব নতুন গৃহ সচিবচতুৰ্থ APBNৰ কামাণ্ডেণ্ট আছিল শিলাদিত্য চেতিয়ানাৰায়ণ কোঁৱৰক শিক্ষা বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্বপাৱাৰ নাৰ্ছিং সম্ভাজীক বিত্ত সচিবৰ দায়িত্বস্বপ্ননীল পলক তিনিচুকীয়াৰ উপায়ুক্তৰ দায়িত্বগায়ত্ৰী দেৱী দাস হালিংগেক বিত্ত বিভাগৰ উপ-সচিবৰ দায়িত্বGADৰ উপ-সচিবৰ দায়িত্ব জাভিৰ ৰাহুল সুৰেশকতিতাবৰৰ ADC হিচাপে বদলি ৰাহুল কুমাৰ গুপ্তাকবিশ্বনাথ মহকুমাৰ ADC হিচাপে বদলি IAS বিষয়া জয় শিৱানীকASDMAৰ প্ৰকল্প সঞ্চালক হিচাপে বদলি গৌৰৱ উপাধ্যায়ক. প্ৰণৱ কুমাৰ শৰ্মাক মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্বঅসীম কুমাৰ ভট্টাচাৰ্যক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্বপল্লৱী ফুকনক ধেমাজিৰ উপায়ুক্ত হিচাপে বদলিকাৱেৰী বৰকাকতি শৰ্মাক মাজুলীৰ উপায়ুক্ত হিচাপে বদলিডিমা হাচাওৰ উপায়ুক্তৰ দায়িত্ব সীমান্ত কুমাৰ দাসকবিদ্যুৎ বিকাশ ভাগৱতীক দক্ষিণ শালমৰাৰ উপায়ুক্তৰ দায়িত্ববজালীৰ মহকুমাধিপতি হিচাপে বদলি পূৰৱী গগৈকপুলক মহন্তক যোৰহাটৰ উপায়ুক্তৰ দায়িত্বমুনিন্দ্ৰ নাথ নাকটেক দৰঙৰ উপায়ুক্তৰ দায়িত্বলাচিত কুমাৰ দাসক হোজাইৰ মহকুমাধিপতি হিচাপে বদলিদীপ কুমাৰ ডেকাক ভূমি সংৰক্ষণ বিভাগৰ উপ-সচিবৰ দায়িত্বৰঙিয়াৰ মহকুমাধিপতি হিচাপে বদলি দ্বীপম বুৰমানক।

Category
Profile picture for user UB Photos