বিবাহ পাশত আৱদ্ধ হ'ল 'গোপী বহু', কোন হ'ল অসমৰ জোৱাই?

Deboleena

বিবাহ পাশত আৱদ্ধ হ'ল জনপ্ৰিয় ধাৰাবাহিক 'সাথিয়া'ৰ 'গোপী বহু' খ্যাত অসমৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য।

 

জিম ট্ৰেইনাৰ ছানৱাজ শেখৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে অসম কন্যাগৰাকীয়ে। সামাজিক মাধ্যমত ফটো প্ৰকাশৰ লগে লগে অভিনেত্ৰী গৰাকীক অনুৰাগী সকল হৈ পৰিছে আনন্দিত।

Category