হিমাচলত কংগ্ৰেছ-বিজেপিৰ তুমুল ৰণ! কোনে মাৰিব শেষ হাঁহি?

Himachal Pradesh

অব্যাহত আছে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। তুমুল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু বিজেপিৰ। কংগ্ৰেছৰ ৩৮ খন আসনত অগ্ৰগতি আৰু বিজেপিৰ ২৭ খন আসনত অগ্ৰগতি।ইতিমধ্যে কংগ্ৰেছে ৬ খন আসন দখল কৰিছে আৰু বিজেৰিয়ে ৫ খনয আৰু অন্যান্য দলে ১ খন। গুৰত্বপূৰ্ণ বিষয়টো হল আম আদমি পাৰ্টীয়ে ৰাজ্যখনত এতিয়ালৈ খাটা খুলিব পৰা নাই। অৱশ্যে তিনিখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে।
 

Category
Profile picture for user UB Photos