আঘোণৰ পথাৰত সপোন বুটলিছে কৃষকে, লখিমীক চপাই আনন্দই নধৰা হৈছে চহা খেতিয়কৰ হিয়া

Dhanoni

 

 

আঘোন মানেই কৃষকৰ হাঁহি। ভৰা আঘোণে পূৰণ কৰে চহা খেতিয়কৰ সাতোৰঙী স্বপ্নসাতোৰঙী পকা ধানে ৰিঙিয়াই মাতিছে কৃষক-দাৱনীক। সেয়ে এতিয়া আঘোনৰ পথাৰত ব্যস্ত হৈ পৰিছে চহা খেতিয়ক। এতিয়া ভীষণ ব্যস্ত আঘোনৰ পথাৰত।ডেকাৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত সোনগুটি চপোৱাত। নাই ভাগৰ, নাই মনৰ দুখ! আছে কেৱল প্ৰাপ্তিৰ আনন্দ, সন্তোষ্টিৰ হাঁহি।

Farmer

কৃষকসকলে দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক।

Happiness

লখিমীক চপাই আনন্দ নধৰা হৈছে কৃষকৰ হিয়া। নহ'বই বা কিয়?  আঘোনৰ পথাৰেই যে চহা জীৱনৰ ভৱিষ্যতৰ সপোন, জীয়াই থকাৰ সম্বল।

 

Category
Profile picture for user UB Photos