
ৰাজপথত এজন দুখীয়া বৃদ্ধৰ কাতৰ অনুৰোধ। জীৱন সংগ্ৰাম এইয়া। গুৱাহাটীৰ ট্ৰেফিক লাইটত প্ৰায়ে তেঁওক দেখা যায। ভিক্ষাৰী নহয় তেওঁ। আত্মসন্মান থকা এজন ব্যৱসায়ী। দহ টকাৰ বিনিময়ত তেওঁ এটা কলম বেছিব খুজিছে। কোনোবাই কিনিছে আৰু বহুতেই মুখ ঘূৰাই দিছে।
তথাপি ভ্ৰূক্ষেপ নাই তেওঁৰ, লেষমানো আক্ষেপ নাই। মুঠতে কেৱল আগবাঢ়ি গৈছে হাত পাতি ইখনৰ পিছত সিখন গাড়ীৰ খিৰিকীত।
Category
- Log in to post comments