পুনৰ ১০২ টকাকৈ বাঢ়িল চিলিণ্ডাৰৰ দাম!

পুনৰ ১০২ টকাকৈ বাঢ়িল চিলিণ্ডাৰৰ দাম!

◾পুনৰ বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ দাম

◾প্ৰতিটো চিলিণ্ডাৰত বাঢ়িল ১০২ টকাকৈ

◾১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২৩৫৫.৫০ টকা

◾১ এপ্ৰিলতো বৃদ্ধি পাইছিল চিলিণ্ডাৰৰ দাম

◾এমাহত বৃদ্ধি পালে ২৬৮ টকা

◾অৱশ্যে বৃদ্ধি পোৱা নাই ঘৰুৱা চিলিণ্ডাৰৰ দাম

Category
Profile picture for user UB Photos