নিজ গৃহতে কৃষকক গুলীয়ালে দুৰ্বৃত্তৰ

নিজ গৃহতে কৃষকক গুলীয়ালে দুৰ্বৃত্তৰ

◾কোকৰাঝাৰৰ পৰ্বতঝোৰাত গুলীচালনাৰ ঘটনা

◾নিজ গৃহতে কৃষকক গুলীচালনা দুৰ্বৃত্তৰ

◾দুৰ্বৃত্তৰ গুলীত নিহত কৃষক, আহত এজন

◾নিহত বেনুচন্দ্ৰ ৰাভা, আহত হৰিজ্যোতি ৰাভা

◾পৰ্বতঝোৰাৰ কচুডোলা গাঁৱতএই ঘটনা

◾আহত হৰিজ্যোতিক ধুবুৰী চিকিৎসালয়ত ভৰ্তি

◾এই ঘটনাকলৈ প্ৰতিক্ৰিয়া BTCৰ কাৰ্যবাহী সদস্যৰ

◾দোষীক শীঘ্ৰে কৰায়ত্তৰ দাবীৰে ওৰেৱা নাৰ্জিহাৰীৰ

◾ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কাজিগাঁও আৰক্ষীৰ

Category
Profile picture for user UB Photos