
◼️ ৰাজ্যসভা নিৰ্বাচনৰ বাবে আজি বিজেপি মিত্ৰজোঁটৰ মনোনয়ন
◼️ বিজেপি মিত্ৰজোঁটৰ ২ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন
◼️ পবিত্ৰ মাৰ্ঘেৰিটা, ৰণগৌড়া নাৰ্জাৰীয়ে দাখিল কৰিব মনোনয়ন
◼️ মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাখিল কৰিব মনোনয়ন পত্ৰ
◼️ দিনৰ ১২.৩০ বজাত মনোনয়ন দাখিল কৰিব দুয়োগৰাকীয়ে
◼️ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৰিপুন বৰাইও দিব মনোনয়ন
Category
- Log in to post comments