নিশা চানমাৰীত উত্তপ্ত পৰিস্থিতি; বিল বিচাৰি নিশা ১ বজাত কাৰ্যালয়ত ঠিকাদাৰৰ ভিৰ

chandmari

নিশা চান্দমাৰীস্থিত লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি।

বিল বিচাৰি নিশা ১ বজাত কাৰ্যালয়ত ঠিকাদাৰৰ ভিৰ কৰে একাংশ ঠিকাদাৰে।

কেমেৰা দেখি পলায়ন কৰে বহু ঠিকাদাৰ কৰ্মচাৰীয়ে।

বিল অনাদায়কলৈ কৰ্যালয়ত উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ঠিকাদাৰসকলে।

নিশা ১ বজালৈ কাৰ্যালয়ত উপস্থিত থাকে মুখ্য অভিযন্তাৰ লগতে আন বিষয়া কৰ্মচাৰী। ইয়াৰ বিপৰীত মন্তব্য  মুখ্য অভিযন্তা গৰাকীৰ,  মুখ্য অভিযন্তা গৰাকীয়ে সাংবাদিকৰ আগত বাজেটৰ বাবে দিনে নিশাই কাম কৰা বুলি মন্তব্য কৰে।

Category
Profile picture for user UB Photos