কাজিৰঙাত মৎস্য চিকাৰ! দুই প্ৰাক্তন বিধায়কক আদালতৰ কাৰাদণ্ড...

Two MLAs from Assam, sent to jail

দুই প্ৰাক্তন বিধায়কক আদালতৰ কাৰাদণ্ড। গোলাঘাটৰ অতিৰিক্তি জিলা, সত্ৰ ন্যায়াধীশৰ গুৰুত্বপূৰ্ণ ৰায়দান। দুই বিধায়কসহ ৫জনক কাৰাদণ্ড বিহিলে আদালতে।

বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈ, থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক কাৰাদণ্ড বিহিলে আদালতে। আদালতে কাৰাদণ্ড বিহা আন তিনিজন লোক হৈছে ডম্বৰুধৰ গগৈ, বাবু গগৈ আৰু তৰুণ বৰা।

অবৈধভাৱে মৎস্য চিকাৰৰ অভিযোগ দুয়োজনৰ বিৰুদ্ধে। ২০০৯ চনতে কাজিৰঙাত  অবৈধভাৱে মৎস্য চিকাৰ কৰিছিল আটাইকেইজনে।

Category
Profile picture for user UB Photos