সুস্থ হৈ ঘৰলৈ উভতিল বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ

Barpeta

 

◼ সুস্থ হৈ ঘৰলৈ উভতিল বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ

 

◼ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাক দিয়া হ’ল ৰিলিজ

 

◼ অসুস্থ হৈ GMCHত চিকিত্সাধী হৈ আছিল বশিষ্ঠ দেৱ শৰ্মা

 

◼ যোৱা ৯টা দিনে GMCHৰ ভৰ্তি হৈ আছিল সত্ৰাধিকাৰগৰাকী

 

◼ বৰপেটাৰ হাস্পতালৰ পৰা উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰা হৈছিল GMCHলৈ

 

◼ হোলীত পুনৰ নাম-প্ৰসংগৰ লগতে বৰতাল বজাব সত্ৰাধিকাৰ শৰ্মাই

 

◼ আশুআৰোগ্য কামনা কৰাসকললৈ আশীৰ্বাদ দিলে সত্ৰাধিকাৰগৰাকীয়ে

 

◼ GMCH কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰিলে বশিষ্ঠ দেৱ শৰ্মাই

Category
Profile picture for user UB Photos