১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৬৫ বছৰীয়া বৃদ্ধৰ!

Moran Rape Case

১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৬৫ বছৰীয়া বৃদ্ধৰ।

চিপচ খুৱাৰ চলেৰে দোকানৰ ভিতৰলৈ নি অসৎকাৰ্য্য কৰাৰ প্ৰয়াস চুনু গোহাঁই নামৰ ৬৫ বছৰীয়া বৃদ্ধৰ। 

পূৰ্বতেও তেনে অসৎকাৰ্য্য কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাঙত সংঘটিত হৈছে এই জঘণ্য় কাণ্ড। 

বৰ্তমান পলাতক অৱস্থাত ধৃত চুনু গোহাঁই।

Category
Profile picture for user UB Photos