
◾ বাইহাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
◾ আলুভৰ্তি ট্ৰাকে মহটিয়ালে বাইক আৰোহীক।
◾ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।
◾ দুৰ্ঘটনাত নিহত ২ বাইক আৰোহী।
◾ এজন বাইক আৰোহী থিতাতে নিহত।
◾ আনজন চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু।
◾ নিহত হালধাৰ আনোৱাৰ হুছেইন, নুৰ আমিন।
◾ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-25D-২৩৩৫।
◾ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ UP-61AT-3183।
Category
- Log in to post comments