গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিজি, ইণ্টিগ্ৰেটেড M.Com অড ছেমিষ্টাৰ পৰীক্ষা স্থগিত

Guwahati University

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে ২৭.০১.২০২২ আৰু ২৮.০১.২০২২ তাৰিখে অনুষ্ঠিত হ'ব লগা পি.জি আৰু ইণ্টিগ্ৰেটেড এম. কম অড ছেমিষ্টাৰ পৰীক্ষা সম্পৰ্কে এক জাননী জাৰি কৰিছে।

জাননী অনুসৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ন্ত্ৰকে শীঘ্ৰেই পৰীক্ষা সম্পৰ্কে এক বিতং জাননী জাৰি কৰিব।

আনহাতে, আন সকলো পৰীক্ষা অনুসূচী অনুসৰিয়েই অনুষ্ঠিত হ'ব। ব্যৱহাৰিক পৰীক্ষাও অনুসূচী অনুসৰি অনুষ্ঠিত হ'ব।

Category
Profile picture for user UB Photos