প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক বিয়োগ, নলবাৰীত শোকৰ ছাঁ

former-mla-of-nalbari-dies-by-stroke

প্ৰাক্তন বিধায়ক মদন কলিতাৰ দেহাৱসান। ষ্ট্ৰোকত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা গুৱাহাটীত শেষনিশ্বাস ত্যাগ কৰে বিধায়কগৰাকীয়ে। ২০০১ চনত বিধায়ক হিচাপে জয়ী হৈছিল মদন কলিতা। নলবাৰী সমষ্টিৰ বিধায়ক আছিল কলিতা। বিধায়কগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ নলবাৰীতে পৰিছে শোকৰ ছাঁ।

Category
Profile picture for user UB Photos