গ্ৰেপ্তাৰ হ’ল ADC চাইবুৰৰ সোঁহাত স্বৰূপ লাট মণ্ডল নুৰুল হক

Crime

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত লাট মণ্ডল নুৰুল হক

এসপ্তাহ পূৰ্বে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নুৰুল হকক

ADC চাইবুৰৰ লগত মিলি দুৰ্নীতিত লিপ্ত হৈছিল নুৰুল হক

নুৰুল হকক দুদিনৰ জিম্মাত লয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে

Category
Profile picture for user UB Photos