বাইক চোৰৰ সন্ত্ৰাস! আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ গ’ল দুখনকৈ বাইক

Thief

গৌৰীসাগৰত বাইক চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ গ’ল দুখনকৈ বাইক।

গৌৰীসাগৰ আৰক্ষী থানাৰ নিচেই কাষতে চোৰৰ টিঘিলঘিলনি। কৰ্তব্যৰত আৰক্ষীৰ সন্মুখৰ পৰাই লৈ গ’ল বাইক। আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত চুৰিকাৰ্য। পালছাৰ 150 AS-04-W-5529 আৰু AS-04-H-2615 নম্বৰৰ দুখনকৈ বাইক আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ যোৱাত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈয়।

গৌৰীসাগৰ আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে।

Category
Profile picture for user UB Photos