অসম-মিজোৰাম সীমান্তত মিজোৰামে নিৰ্মাণ কৰিছে পথ! আতংকিত অঞ্চলটোৰ লোক

Assam Mizoram Border Clash

অসম-মিজোৰাম সীমান্তত অব্যাহত আছে সীমা বিবাদ। সীমান্তত এতিয়াও অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন৷

কাছাৰত অসম-মিজোৰাম সীমান্তত এতিয়াও অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন৷ সীমান্তৰ পৰা ৪ কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি মিজোৰামে নিৰ্মাণ কৰিছে পথ৷ সমস্ত এলেকাত মিজোৰামে মোতায়ান কৰি ৰাখিছে বেটেলিয়ন৷

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত আতংকই বিৰাজ কৰিছে৷ পৰিস্থিতিৰ বুজ ল’বলৈ অঞ্চলটোত ইতিমধ্যে উপস্থিত হৈছে ডিআইজি দেৱজ্যোতি মুখাৰ্জী, অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনসহ আৰক্ষী বাহিনী৷

Category
Profile picture for user UB Photos