
শীঘ্ৰেই কৃষি বিভাগত বৃহৎ নিযুক্তি।
শীঘ্ৰেই কৃষি বিভাগৰ কাৰিকৰী পদত হ’ব নিযুক্তি।
এই ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ।
কৃষি বিভাগত পদোন্নতিৰ কামো কৰা হ’ব প্ৰথম পৰ্যায়ত।
পদোন্নতিক লৈ হোৱা খামখেয়ালীক নস্যাৎ মন্ত্ৰী অতুল বৰাৰ।
খামখেয়ালী দেখিলে বিহিত ব্যৱস্থা ল'ব মন্ত্ৰীয়ে।
খামখেয়ালী দেখিলেই মন্ত্ৰীক পোন পটীয়াকৈ অভিযোগ দিবলৈ অনুৰোধ।
Category
- Log in to post comments