মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত চহী জালিয়াটি

Sahi Jaliyati in the name of Chief Minister Himanta Biswa Sharma

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত চহী জালিয়াটি।


গুৱাহাটী আৰু শিৱসাগৰত অভিযান চলাই দিছ্পুৰ আৰক্ষীৰ জালত 4 অভিযুক্ত।


অভিযানত নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে 

signature


জামিনি মোহন ,দ্বীপ দত্ত, পংকজ গগৈ, বিনীত পোড্ডাৰ বৰ্তমান দিছপুৰ থানাতে সোধাপোছা ৰাখিছে আৰক্ষীয়ে।


বৰ্তমান পলাতক ঘটনাৰ মাষ্টাৰমাইণ্ড ইমাৰণ শ্বাহ হুছেইন।


জল জীৱনৰ আঁচনিৰ নামত  জালিয়াটিৰে ধন হৰলুকী কৰিছিল এই চক্ৰটোৱে।


আঁচনিৰ নিবিদা লাভ কৰিছিল শিৱসাগৰৰ Luit Constructionয়ে।

Category
Profile picture for user UB Photos