ডিগবৈৰ গ্ৰেণেড বিস্ফোৰণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

jj

# ub24x7#news_time_assam

# digboi_blust

ডিগবৈৰ টিংৰাই চাৰিআলি বজাৰত কালি সংঘটিত গ্ৰেণেড বিস্ফোৰণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ । গ্ৰেণেড বিস্ফোৰণত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা  । অপৰাধীক তৎকালে কৰায়ত্ত কৰাৰ বাবে অভিযান জোৰদাৰ কৰি তুলিবলৈ আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Category
Profile picture for user UB Photos