সন্ধান লাভ কৰা নাই নিখুজ শিৰোমনি বৰাৰ

সন্ধান পোৱা নাই নিখুজ শিৰোমনি বৰাৰ

#news_time_assam
#ub24x7 #ASSAM

মৰাণৰ চেঁচুঘাটত আজিও সন্ধান ওলোৱা নাই এজন যুৱকৰ । দ্বিতীয় দিনা এচডিআৰএফ-ৰ উদ্ধাৰ অভিযান অব্যাহত । বুধবাৰে বুঢ়ীদিহিং নদীত গা ধুবলৈ আহি নিখুজ হৈছিল দুজনকৈ যুৱক। যুৱক দুজনৰ নাম চানু খনিকৰ আৰু শিৰোমনি বৰা। ইয়াৰে চানু খনিকৰ নামৰ যুৱকজনৰ মৃতদেহ যোৱাকালি এচডিআৰএফ বিহিনীয়ে উদ্ধাৰ কৰিছিল।

শিৰোমনি বৰাৰ উদ্ধাৰৰ বাবে স্থানীয় ৰাইজে জলকুঁৱৰীৰ ওচৰত প্ৰাথনা কৰে।

Category
Profile picture for user UB Photos