ধানভৰ্তি টাটা মোবাইল গাড়ীৰ খুন্দা ৩৩ হাজাৰ ভল্টৰ ট্ৰান্সফৰ্মাৰত

jj

পশ্চিম কাৰ্বি আংলংৰ খেৰণি তিনিআলীত বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ধানভৰ্তি টাটা মোবাইল গাড়ীয়ে  ৩৩ হাজাৰ ভল্টৰ ট্ৰান্সফৰ্মাৰত খুন্দা মৰাৰ পিছত জুইৰ  সূত্ৰপাত ঘটাত  আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰাত বৃহত্তৰ অঞ্চলটোৰ বিদ্যুৎ চালিত  সামগ্ৰী বোৰ বিকল হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে।ইপিনে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনাত পতিত হোৱা  টাটা মোবাইল গাড়ীখন  ।

Category
Profile picture for user UB Photos