UB Photos April 08 / 2021 বৃহস্পতিবাৰে জনপ্ৰিয় কণ্ঠশিল্পী পাপনে ল’লে কৰোনা ভেকচিনৰ প্ৰথমটো ড’জ। কণ্ঠশিল্পীগৰাকীয়ে মহানগৰীৰ খানাপাৰাস্থিত হেলথ চিটি হাস্পতালত ল’লে প্ৰথমটো ড’জ। ইয়াৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসেও গ্ৰহণ কৰিছে কোভিড ভেকচিনৰ প্ৰথমতো ড'জ। Category News Log in to post comments