কেনে আছে মাওবাদীৰ দ্বাৰা অপহৃত ৰাকেশ্বৰ সিং !

jj

কেনে আছে মাওবাদীৰ দ্বাৰা অপহৃত ৰাকেশ্বৰ সিং

সুৰক্ষিত আছে মাওবাদীৰ দ্বাৰা অপহৃত কোবৰা কামাণ্ডো জোৱান ৰাকেশ্বৰ সিং৷শনিবাৰে ছতীশগড়ৰ বীজাপুৰত মাওবাদীৰ বৰ্বৰ আক্ৰমণত ছহিদ হৈছিল ২২ গৰাকীCRPF জোৱান৷অপহৃত হৈছিল কেবাগৰাকী জোৱান৷অপহৃত সকলৰ এগৰাকী কোবৰা কামাণ্ডো ৰাকেশ্বৰ সিঙৰ শেহতীয়া ফটো প্ৰকাশ মাওবাদীয়ে৷ৰাকেশ্বৰ সিং সুৰক্ষিত আছে বুলি দাবী মাওবাদীৰ৷

Category
Profile picture for user UB Photos