পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক উত্তাপ তুংগত, আজি অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ

jj

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক উত্তাপ তুংগত৷আজি অন্ত পৰিব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ৷৫ খন জিলাৰ ৪৪ খন আসনৰ বাবে ভোট গ্ৰহণ হ'ব ১০ এপ্ৰিলত৷ দক্ষিণ ২৪ পৰগণাৰ ১১ খন হুগলে জিলাৰ ১০খন,হাওৰা আৰু কোচঁবিহাৰ জিলাৰ ৯ খনকৈ  আৰু আলিপুৰদুৱাৰ জিলাৰ ৫খন আসনৰ বাবে অনুস্হিত হ'ব নিৰ্বাচন৷১০ এপ্ৰিলৰ ভোট গ্ৰহণ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব তৃণমূল কংগ্ৰেছৰ পৰা বিজেপিত যোগাযোগ কৰা ৰাজিব বেনাৰ্জী,প্ৰবীৰ ঘোষাল,বৈশালী ডালমিয়া আৰু ৰথীন চক্ৰৱৰ্তীৰ ভাগ্য৷

Category
Profile picture for user UB Photos