দেশত ক'ৰোনাৰ প্ৰকোপ বৃদ্ধি ! দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ জাননী

jj

 দেশত ক'ৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ জাননী৷
অসম সহ ৪ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ তথা ৰেলীত  মাস্ক ব্যৱহাৰ নকৰা সন্দৰ্ভত নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ দিল্লী উচ্চ ন্যায়ালয়ৰ৷মাস্কৰ ব্যৱহাৰত বাধ্যতামূলক নকৰাৰ বাবে উত্তৰ বিচাৰিলে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ পৰা৷ বিক্ৰম সিং নামৰ ব্যক্তি গৰাকীয়ে দাখিল  কৰা আবেদনৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ পৰা৷

Category
Profile picture for user UB Photos