লখিমপুৰত বিদ‍্যুৎ বিভাগৰ আজৱ কাণ্ড !

jj

লখিমপুৰত বিদ‍্যুৎ বিভাগৰ আজৱ কাণ্ড, দৰিদ্ৰ পৰিয়ালৈ এমাহৰ বিল আহিল ৯ হাজাৰ টকা পৰ্যন্ত।উত্তৰ লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ এই আজৱ কাণ্ডত মূৰে কপালে হাত দিব লগীয়া হৈছে কদম টৈঙাবস্তী, কদম বাগান গাৱঁৰ   বহুসংখ্যক লোকে।প্ৰতিমাহে বিল পৰিশোধ কৰি থকা এই সকল লোকে বিদ্যুৎ সংমণ্ডলৰ এই কাণ্ডত ক্ষোভ আৰু চিন্তাত ভাগি পৰিছে দুখীয়া লোকসকল ।ফ্ৰীজ, ইনভাৰ্টাৰ নথকা তথা মাত্ৰ দুই তিনিটা এল ই ডি লাইট জ্বলাওতে আহিল এই অস্বাভাৱিক বিদ্যুৎ বিল বিদ্যুৎ বিভাগৰ এনে মইমতালি আৰু দায়িত্বহীন কাণ্ডৰ বাবে দুখীয়া পৰিয়ালসকল এতিয়া বিপদত পৰিবলগীয়া হৈছে ।ইয়াৰ বিৰুদ্ধে শীঘ্ৰেই বিভাগীয় লোকক  তদন্ত কৰিবলৈ আহ্বান জনাইছে সৰ্বসাধাৰণ লোকসকলে।

Category
Profile picture for user UB Photos